Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Eta Lora | в хорошем качестве

Eta Lora | 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Eta Lora |

AUDIO CREDITS Song: Eta Lora Singer: Gitanjali Das Music: Ujjwal Aarong Lyrics, Tune & Male Vocal: Kussum Kailash Mixed & Mastered: Ibson Lal Baruah Guitar: Koustav Phukan Flute: Bitupan Konwar Ukulele: Bikash Gogoi Recorded @ Srishti the Creative eye by Ujjwal Aarong & @ Studio Orange by Dipankar Baishya (Moon) Special Thanks to Ramen Danah & Bharat Saikia VIDEO CREDITS Direction : Dhruba Rabha Cinematographer : Uttam Kalita Cast : Dipankar Roy , Gitanjali Das Choreographer : Ribrib Das Makeup : Jayanta Thapa Still Photographer : Pulak Kalita Asst. Makeup : Popy Production & Kitchen: Mridul & Satyajit Tumung এটা ল’ৰা মৰম লাগে মোলৈ ঘূৰি চালে মোলৈ ঘূৰি চালে মই ভবাটো মনে মনে সিও চাগে ভাবে মিচিককৈ হাঁহি এটি মাৰি কাষেদি পাৰ হ’লে কাষেদি পাৰ হ’লে ধিপিঙকৈ কঁপো কলিজাত জানো কিহে কামোৰ মাৰে ও মোৰ লাজুকী সপোনৰ এটি ভাবনা আলাসৰ কেতিয়াকৈনো হ’ব পূৰ বুকুত সাজিছে টঙিঘৰ যৌবনৰে জীয়া আশা পাবলে কাষৰত ও এটা ল’ৰা মৰম লাগে মোলৈ ঘূৰি চালে মই ভবাটো মনে মনে সিও চাগে ভাবে ৰাতি বাৰ বাজে দিনৰ বাৰ বাজে একেটি কথাকে মুখত ওলাই জানা ঐ মোৰো ভালেই লাগে কথাটি সুধিলে লগৰ সমনীয়াক লগৰ সমনীয়াক কৈ ও মোৰ লাজুকী সপোনৰ এটি ভাবনা আলাসৰ কেতিয়াকৈনো হ’ব পূৰ বুকুত সাজিছে টঙিঘৰ যৌবনৰে জীয়া আশা পাবলে কাষৰত ও এটা ল’ৰা মৰম লাগে মোলৈ ঘূৰি চালে মই ভবাটো মনে মনে সিও চাগে ভাবে চুচুক চামাক কৰে মোক দেখি জানা ঐ মাতো মাতো লাগে কিয় জানো ঐ আগে পাছে এনে হোৱা নাই মোৰ ঐ মনে খাইছে ক’ব পৰা নাই হে ঐ মোৰো ভাল লাগে জানা তাকে ভাবি ঐ ল’ৰা বহু দেখো মনে মনে তোলৈ চকু তই বা কি কৱ সুধিব মনে যায় তোক মাতোতে বহুতক মাতো অন্তৰে তোকেহে ভাবো তই জানো বুজা নাই বুজি সোণ পোৱা নাই মোক ও মোৰ লাজুকী সপোনৰ এটি ভাবনা আলাসৰ কেতিয়াকৈনো হ’ব পূৰ বুকুত সাজিছে টঙিঘৰ যৌবনৰে জীয়া আশা পাবলে কাষৰত ও এটা ল’ৰা মৰম লাগে মোলৈ ঘূৰি চালে মই ভবাটো মনে মনে সিও চাগে ভাবে মই ভবাটো মনে মনে সিও চাগে ভাবে || Scocial Platform || Instagram: https://www.instagram.com/gitanjalida... Facebook Page:   / gitanjalidas13   YouTube Official Channel:    / @gitanjalidas   ___________________________________________________________________________________ || Other Video Link ||    • Gitanjali Das | Gun Gun Guna Aaiti | ...      • Видео      • Видео      • KAJAL SAKUR MONI || Singer: Nayan Nil...      • Latest Assamese Song 2016-2017 || HAR...      • GITANJALI DAS | SOTE GOYE GOYE | ASSA...      • Assamese Latest Bihu Song | Swargadeo...      • Sote Goye || Gitanjali Das || Assames...      • Chikuti || Gitanjali Das || Assamese ...      • Assamese Bihu Stage Live by Gitanjali...   #gitanjalidas #etalora

Comments