Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত। в хорошем качестве

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত। 2 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত।

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত। দলটোৰ সভাপতি বদৰুদ্দিন আজমল গৈছে হজলৈ। পদত্যাগ কৰিছে সাংগঠিনক সাধাৰণ সম্পাদক আমিনুল ইছলামে। দলৰ ভিন্ন বিষয়বাবত থকা নেতাসকলো অন্তৰ্ধান। দলীয় কাম-কাজ সম্পূৰ্ণ বন্ধ। দল একপ্রকাৰ স্তব্ধ। এনে পৰিস্থিতিত দলৰ ভৱিষ্যৎ আৰু অস্তিত্বক লৈয়ো সৃষ্টি হৈছে শংকা আৰু সন্দেহৰ। #pratidintime #AIUDF #assamnews

Comments