Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб মুখ্যমন্ত্রীলৈ কি প্রত্যাহ্বান সাসংদ গৌৰৱ গগৈৰ? в хорошем качестве

মুখ্যমন্ত্রীলৈ কি প্রত্যাহ্বান সাসংদ গৌৰৱ গগৈৰ? 9 месяцев назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



মুখ্যমন্ত্রীলৈ কি প্রত্যাহ্বান সাসংদ গৌৰৱ গগৈৰ?

গোসাঁইঘৰত কোন, মই কল খোৱা নাই। এই ফঁকৰা যোজনাটিৰেই মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ প্রত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। গোলাঘাটত সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰৰ দিনটোত বিধানসভাত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্রত্যুত্তৰ প্রদান নকৰি সাংসদগৰাকীৰ সৈতে একপ্রকাৰৰ এক্স হেণ্ডেল চুপতিত লিপ্ত হোৱা ঘটনাক অতিকৈ লজ্জাজনক আখ্যা দিলে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে ভূমি কেলেংকাৰীৰ তদন্ত দাবী কৰি মুখ্যমন্ত্রীৰ পত্নীৰ কোম্পানীয়ে যদি ৰাজসাহায্য পোৱা নাই তাৰ প্রমাণ দিয়ক বুলি মন্তব্য সাংসদগৰাকীৰ। #pratidintime #gauravgogoi #assam

Comments