Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб দেহ বিচাৰ গীত "জীৱন ভগা বীণা" Jibon bhoga bina | Junak Zhankar | Assamese song 2023 |Dehbisar geet|| в хорошем качестве

দেহ বিচাৰ গীত "জীৱন ভগা বীণা" Jibon bhoga bina | Junak Zhankar | Assamese song 2023 |Dehbisar geet|| 10 месяцев назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



দেহ বিচাৰ গীত "জীৱন ভগা বীণা" Jibon bhoga bina | Junak Zhankar | Assamese song 2023 |Dehbisar geet||

দেহ বিচাৰ গীত "জীৱন ভগা বীণা" 🎶Song - Jibon bhoga bina 🎙️Singer - Junak Zhankar 🎼Music director - Partha tinku Dutta 🎵Composer - Mukut Molia 📝Lyrics - Junak Zhankar 🎵Tokari - Mukut Molia 🎵Dagor/Tal/Ektara - Partha tinku Dutta 🎤Chorus vocal - Mukut Molia & Partha tinku Dutta 🎚️🎛️Mixed & Mastered by Parag Saikia 🎧Recorded at Star music studio Social media links Facebook https://www.facebook.com/junakzhankar... Instagram https://instagram.com/junakzhankar?ut... Lyrics 👉 *আইয়ে তুলি তালি কৰিলে ডাঙৰ বোপাইয়ে হালৰ গৰু ধৰালে হাতত এনেকৈয়ে থ'লো ভৰি যৌৱনত মহা ডাঙৰ জৰী এডাল লগালো গলত অ' চৌষষ্ঠী জঞ্জাল মোৰ এই সংসাৰত *বাৰীৰ চুকলৈ নি দুহাতমান মাটিতে জ্বলাই দিব এই কোমল দেহা কোননো আহিব মোৰেনো কাষলৈ কোনেনো লগাব মাত অ' মনাই অ কোনেনো লগাব মাত দুদিনৰ পিছতে ঘাঁহ বন গজিব গৰু গাই চৰিব তাত *সন্ধিয়া যেতিয়া ডুবিব বেলিটো জিলিমিলি ওলাব জোন ঢিমি ঢিমি কৰি তৰা জাক জ্বলিব সিওঁ নুমাই থাকিব চোন অ' মনাই অ' সিওঁ নুমাই থাকিব চোন *আগলী বতাহে উৰুৱাই লৈয়ে যাব সজাত বন্দী আছিলে কোন কোন দেশৰ আলহীক সজালি পৰালি থাপতেই হেৰালে চোন অ' মনাই অ' থাপতেই হেৰালে চোন #assamesesong #devotional #devotionalsongs #tukarigeet #dihanam #assam #assamesevideo

Comments