Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб এগৰাকী ৬১ বছৰীয়া লোকসংগীত শিল্পী 🌸 в хорошем качестве

এগৰাকী ৬১ বছৰীয়া লোকসংগীত শিল্পী 🌸 2 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



এগৰাকী ৬১ বছৰীয়া লোকসংগীত শিল্পী 🌸

এযোৰ পুৰণি পাটৰ কাপোৰ , কান্ধত এটা পুৰণি উৱলি যোৱা বেগ, থৰক বৰক খোজ , হাতত দুখন গানৰ বহী য'ত ৰেডিঅ'ৰ পৰা শুনি লিখা থোৱা আছে অজস্ৰ গীত । কণ্ঠৰ জোৰে চিৰ তৰুণ কৰি ৰখা প্ৰচাৰ বিমুখ মানুহগৰাকীৰ সৰলতাই মোক বহু কথাই শিকাই গ'ল ... মোক সুধিছে 'মোৰ সাক্ষাৎকাৰটো ম'বাইলত দিব নে ? মোৰ TV নাই যে ।' গীতবোৰ বহি খনৰ পৰা তেওঁৰ স্বামীয়ে উলিয়াই দিয়ে , তেওঁ সেইটোকে প্ৰাণ ধালি গায় । ... মনটো কিবা এটা বেয়া লাগি গ'ল , কেমেৰাৰ সন্মুখত এবাৰো নিজৰ আৰ্থিক অৱস্থাৰ কথা নকলে, ময়ো সুধা নাই কাৰণ ইমান বছৰ তিৱা গীত মাতৰ চৰ্চা কৰা, এসময়ৰ অনাতাঁৰ শিল্পী , প্ৰতিভাশালী এগৰাকী কণ্ঠশিল্পীক ৰাইজৰ সাহায্যৰ নহয় মৰম আশীৰ্বাদৰ হে দৰকাৰ। আজি সন্ধিয়া ৭.৪৫ বজাত । বহু শিল্পীৰ তুলনাত তেওঁ ব্যতিক্ৰম , একেবাৰে কথা কমকৈ কোৱা মানুহ গৰাকীয়ে গানেৰে মুহি পেলাব আপোনাক। চাবচোন ND24 মোৰ সৈতে 'কথন-বীক্ষণ' ৭.৪৫ বজাত #allfollowers #ND24 #assamesesong #legend #anchor #oldisgold 💚 @highlight

Comments