Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি в хорошем качестве

পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি 3 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি

দেহ বিচাৰ গীতটো লিখিবলৈ মোক দেহে অৰ্থাৎ স্বামী কমল কলিতাই বহুত জোৰ কৰিছিল ৷কিয় নাজানো ৷কিন্তু সেয়া তেওৰ শেষ ইচ্ছা আছিল নিশ্চয়৷কিন্তু মই দূখতে unlisted কৰি থৈছিলো ৷ ৷আজি কল্পনা পাটোৱাৰীয়ে মোক বহুত গঠনমূলক পৰামৰ্শ আৰু উপদেশ দি কলে যে গীতটো তুমি unlisted কৰি নথবা public কৰি দিয়া ৷ তেওৰ উপদেশ, পৰামৰ্শক সন্মান কৰি মই গীতটো public কৰি দিলো গীতটোৰ স্টুডিঅ ত গাইড আৰু ডাবিং কৰিছে মোৰ কন্যা প্ৰিঞ্চি প্ৰিয়া কলিতাই ৷ সকলোৱে দেহ বিচাৰ গীতটো শুনিব আৰু আনকো বিলাই দিব বুলি আশা কৰিলোঁ ৷ সকলোলৈকে গীতটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ৷আপোনালোকৰ অনুষ্ঠানৰ বাবে আমাৰ লগত যোগাযোগ কৰিব এই নম্বৰত ----- 7002440637 সহযোগী শিল্পী -- পৰিস্মিতা গগৈ আৰু দীপিকা মেচ বাদ্য যন্ত্ৰী যন্ত্ৰী সকল---- কমল চন্দ্ৰ কলিতা, প্ৰতীম গগৈ ,দিগন্ত শইকীয়া মৃনাংগক দূৱৰা আৰু বিতু পাটৰ ৷ ৷ মিস্ক মাষ্টাৰিং ভাৰ্গব গগৈ ৷লিৰিকেল ভিডিঅ' ---+ প্ৰি়ঞ্চি প্ৰিয়া কলিতা Thumbnail partha junti Amiya Neog Kalita @amiyaneogkalitasdihanamworld Amiya Neog Kalita's Dihanam World Follow my Facebook page: https://www.facebook.com/profile.php?... অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷ #AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷ তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷ এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷ How to contact Amiya Neog Kalita? How to contact Amiya Neog? Contact Number Amiya Neog Kalita Contact number of amiya neog kalita আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব:: বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637 #Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #Barpeta #Bardua #majuli #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs

Comments