Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing !AJMAL SUPER 40 в хорошем качестве

আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing !AJMAL SUPER 40 4 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing !AJMAL SUPER 40

#ajmalfoundation আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing ! AJMAL SUPER 40 #jeemains2024 #motivation #science #2024 #আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা। #৯৯.৩৩পাৰ্চেন্টাইলেৰে গৌৰৱ কঢ়িয়াই আনিলে চন্দন জ্যোতি মোহনে। ২০২৪বৰ্ষত ঘোষিত #JEE (MAINS) পৰীক্ষাৰ ফলাফলত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনিলে আজমল ছুপাৰ ৪০য়ে। উল্লেখযোগ্য যে প্ৰতিবছৰে NEET পৰীক্ষাত উত্তৰ-পূৱত এক সুকীয়া পৰিচয় লাভ কৰি আহিছে আজমল ছুপাৰ ৪০য়ে আৰু এইবাৰো JEEত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনে। আজমল ছুপাৰ ৪০ৰ শীৰ্ষত থকা ক্ৰমে নাজমুজ চাকিব ৯৯.২৯ পাৰ্চেন্টাইল, মাৰুফ ইমতিয়াজ ৯৯.২৩ পাৰ্চেন্টাইল, মুমিনাৰা ইয়াছমিন ৯৮.৯৮ পাৰ্চেন্টাইল,মেহদি হাচান ৯৮.৮ পাৰ্চেন্টাইল আৰু কৰণ বড়োৱে ৯৮.৫৪ পাৰ্চেন্টাইলৰ লগতে ২৭গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৯০ৰো ওপৰত পাৰ্চেন্টাইল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক আজমল পৰিয়াল ও আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম , আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে অভিনন্দন জ্ঞাপন কৰে। আজি আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ মূখ্য কাৰ্যালয়ত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ মহা প্ৰবন্ধক এম আৰ এইচ আজাদ আৰু প্ৰৱন্ধক জাহিদুক হক চৌধুৰীয়ে। #AdmissionsOpen 2024-25 #Ajmal_Group_Institutions #AGI #HS #IX #XII #degree #Arts #commerce #science #admissions #open #NEET #JEE #Exam #Mains #BA #ias #ACS #university #schools #schoollife #students #coaching . . . . . . . .@Followers Educational Institution of Ajmal Foundation Ajmal IAS Academy Najir Ajmal Memorial College Of Education,Hojai Ajmal Super 40 Ajmal Senior Secondary School,Hojai Maryam Ajmal Women's College of Science &Technology Ajmal Senior Secondary School,Chowdhury Bazar Haji Ajmal Ali Senior Secondary School,Nilbagan Ajmal Senior Secondary School,Dagaon Maryam Ajmal Senior Secondary School of Arts ,Hojai Ajmal Law College ,Hojai Ajmal Senior Secondary School ,Jungle Block Ajmal Senior Secondary School,Kharupetia Maryam Ajmal Senior Secondary School,Kharupetia Ajmal Senior Secondary School,Kalgacia Ajmal Senior Secondary School,Chenga Ajmal Senior Secondary School,Dhubri Ajmal Senior Secondary School,Hatsingimari Ajmal Senior Secondary School,Hashrawbari Ajmal Senior Secondary School,Gouripur Maryam Ajmal senior Secondary School ,Gouripur Haji Ajmal Ali Memorial Senior Secondary School,Kapashbari YouTube |    / foundationajmal   FaceBook |   / foundationajmal   Twitter | https://twitter.com/FoundationAjmal?s=08 Instagram |   / foundationajmal  

Comments