Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ খং ঠিকাদাৰৰ ওপৰত। в хорошем качестве

পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ খং ঠিকাদাৰৰ ওপৰত। 6 дней назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ খং ঠিকাদাৰৰ ওপৰত।

পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ খং ঠিকাদাৰৰ ওপৰত। ১৬ বছৰে পানী যোগান প্ৰকল্পৰ কাম সম্পূর্ণ কৰিব নোৱাৰা ঠিকাদাৰক কঠোৰ ভাষাৰে সকীয়নি অখিল গগৈৰ। ২০০৮ চনতে ধন আবণ্টিত হোৱা শিৱসাগৰৰ থানামুখস্থিত পানী যোগান প্ৰকল্পৰ বাবে পুনৰ আবণ্টন ২ কোটি ৮১ লাখ টকা। বিধায়কগৰাকীৰ দাবী- বিভাগীয় কর্তৃপক্ষই নিয়াৰিকৈ শীঘ্রেই সম্পূর্ণ কৰক পানী যোগান প্ৰকল্পৰ কাম। #pratidintime #akhilgogoi #sivasagar

Comments